Friday, April 19, 2024
Homeবিজ্ঞাপনকেন্দ্ৰীয় বিদ্যালয় সংগঠনত বিভিন্ন পদ খালী

কেন্দ্ৰীয় বিদ্যালয় সংগঠনত বিভিন্ন পদ খালী

কেন্দ্ৰীয় বিদ্যালয় সংগঠনত খালী হোৱা বিভিন্ন পদত নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন ভাৰতীয় প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ আহ্বান কৰিছে। ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে ২১ ডিচেম্বৰ’ ২০১৭ৰ পৰা ১১ জানুৱাৰী ২০১৮ লৈ অনলাইনযোগে আবেদন কৰিব পাৰে।

খালী হোৱা পদৰ সবিশেষঃ

১] পদৰ নামঃ ডেপুটী কমিচনাৰ (গ্ৰুপ– এ)

পদৰ সংখ্যাঃ ৪টা

বয়সৰ পৰিসীমাঃ ৫০ বছৰ

দৰমহাৰ নিৰিখঃ ৭৮৮০০–২০৯২০০/-

শিক্ষাগত অৰ্হতাঃ ছেকেণ্ড ক্লাছ মাষ্টাৰ ডিগ্ৰী লগতে বি এড ডিগ্ৰীধাৰী                  

২] পদৰ নামঃ এছিছটেণ্ট কমিচনাৰ (গ্ৰুপ– এ)

পদৰ সংখ্যাঃ ১৩টা

বয়সৰ পৰিসীমাঃ ৫০ বছৰ

দৰমহাৰ নিৰিখঃ ৭৮৮০০ – ২০৯২০০/-

শিক্ষাগত অৰ্হতাঃ ৪৫% নম্বৰসহ মাষ্টাৰ ডিগ্ৰী লগতে বি এড ডিগ্ৰীধাৰী    

৩] পদৰ নামঃ এডমিনিষ্ট্ৰেচন অফিচাৰ (গ্ৰুপ– এ)

পদৰ সংখ্যাঃ ৭টা

বয়সৰ পৰিসীমাঃ ৪৫ বছৰ

দৰমহাৰ নিৰিখঃ ৫৬১০০০ – ১৭৭৫০০/-  

শিক্ষাগত অৰ্হতাঃ স্নাতক ডিগ্ৰীধাৰী      

৪] পদৰ নামঃ ফাইনেঞ্চ অফিচাৰ (গ্ৰুপ– বি)

পদৰ সংখ্যাঃ ৩৫টা

বয়সৰ পৰিসীমাঃ ৩৫ বছৰ

দৰমহাৰ নিৰিখঃ ৪৪৯০০ – ১৪২৪০০/-  

শিক্ষাগত অৰ্হতাঃ ৫০% নম্বৰসহ বি কম ডিগ্ৰীধাৰী

৫] পদৰ নামঃ এছিছটেণ্ট ইঞ্জিনীয়াৰ (গ্ৰুপ– বি)

পদৰ সংখ্যাঃ ১টা

বয়সৰ পৰিসীমাঃ ৩৫ বছৰ

দৰমহাৰ নিৰিখঃ ৪৪৯০০০ – ১৪২৪০০/-   

শিক্ষাগত অৰ্হতাঃ ইলেকট্ৰনিকচ ইঞ্জিনীয়াৰিঙৰ স্নাতক ডিগ্ৰীধাৰী 

৬] পদৰ নামঃ এছিছটেণ্ট (গ্ৰুপ– বি)

পদৰ সংখ্যাঃ ২৭টা

বয়সৰ পৰিসীমাঃ ৩৫ বছৰ

দৰমহাৰ নিৰিখঃ ৪৪৯০০০ – ১১২৪০০/-  

শিক্ষাগত অৰ্হতাঃ স্নাতক ডিগ্ৰীধাৰী 

৭] পদৰ নামঃ হিন্দী ট্ৰেনচলেটৰ (গ্ৰুপ– বি)

পদৰ সংখ্যাঃ ৪ টা

বয়সৰ পৰিসীমাঃ ২৮ বছৰ

দৰমহাৰ নিৰিখঃ ৩৫৪০০ – ১১২৪০০/-  

শিক্ষাগত অৰ্হতাঃ হিন্দী আৰু ইংৰাজীত মাষ্টাৰ ডিগ্ৰীধাৰী

৮] পদৰ নামঃ উচ্চ বৰ্গৰ সহায়ক (গ্ৰুপ– চি)

পদৰ সংখ্যাঃ ১৪৬ টা

বয়সৰ পৰিসীমাঃ ৩০ বছৰ

দৰমহাৰ নিৰিখঃ ২৫৫০০ – ৮১১০০/-  

শিক্ষাগত অৰ্হতাঃ স্নাতক ডিগ্ৰীধাৰী  

৯] পদৰ নামঃ ষ্টেন’গ্ৰাফাৰ (গ্ৰুপ– চি)

পদৰ সংখ্যাঃ ৩৮ টা

বয়সৰ পৰিসীমাঃ ২৭ বছৰ

দৰমহাৰ নিৰিখঃ ২৫৫০০ – ৮১১০০/-  

শিক্ষাগত অৰ্হতাঃ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ   

১০] পদৰ নামঃ নিম্ন বৰ্গৰ সহায়ক (গ্ৰুপ– চি)

পদৰ সংখ্যাঃ ৩৮ টা

বয়সৰ পৰিসীমাঃ ২৭ বছৰ

দৰমহাৰ নিৰিখঃ ১৯৯০০ – ৬৩২০০/-  

শিক্ষাগত অৰ্হতাঃ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ

১০] পদৰ নামঃ নিম্ন বৰ্গৰ সহায়ক (গ্ৰুপ– চি)

পদৰ সংখ্যাঃ ৩৮ টা

বয়সৰ পৰিসীমাঃ ২৭ বছৰ

দৰমহাৰ নিৰিখঃ ১৯৯০০ – ৬৩২০০/-  

শিক্ষাগত অৰ্হতাঃ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ   

১১] পদৰ নামঃ লাইব্ৰেৰীয়ান (গ্ৰুপ– বি)

পদৰ সংখ্যাঃ ২১৪ টা

বয়সৰ পৰিসীমাঃ ৩৫ বছৰ

দৰমহাৰ নিৰিখঃ ৪৪৯০০ – ১১৪২০০/-  

শিক্ষাগত অৰ্হতাঃ লাইব্ৰেৰী ছায়েন্সত স্নাতক ডিগ্ৰীধাৰী   

 

বিজ্ঞাপন চোৱাৰ বাবে >> << ইয়াত ক্লিক কৰক >>

 

অনলাইন আবেদনৰ বাবে >> << ইয়াত ক্লিক কৰক  >>  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward