Tuesday, April 23, 2024
Homeবিজ্ঞাপনঅসম চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন (এন এইচ এম)ত পদ খালী

অসম চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন (এন এইচ এম)ত পদ খালী

অসম চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন (এন এইচ এম)ত খালী হোৱা পদত নিযুক্তিৰ বাবে ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ আহ্বান কৰিছে। ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখঃ ১০ জানুৱাৰী, ২০১৮।

খালী হোৱা পদৰ সবিশেষ

১] পদৰ নামঃ মেডিকেল অফিচাৰ (এম বি বি এছ)

পদৰ সংখ্যাঃ ২২টা

বয়সৰ পৰিসীমাঃ ৬২ বছৰ (১ এপ্ৰিল, ২০১৭)

দৰমহাৰ নিৰিখঃ মাহিলি ৪০,০০০/-

শিক্ষাগত অৰ্হতাঃ এম বি বি এছ ডিগ্ৰীধাৰী      

২] পদৰ নামঃ মেডিকেল অফিচাৰ (আয়ুৰ)

পদৰ সংখ্যাঃ ৩৮টা

বয়সৰ পৰিসীমাঃ ৬২ বছৰ (১ এপ্ৰিল, ২০১৭)

দৰমহাৰ নিৰিখঃ মাহিলি ৩০,০০০/-

শিক্ষাগত অৰ্হতাঃ বি এ এম এছ ডিগ্ৰীধাৰী

৩] পদৰ নামঃ কনছালটেণ্ট (চাইল্ড হেলথ)

পদৰ সংখ্যাঃ ২ টা

বয়সৰ পৰিসীমাঃ ৬২ বছৰ (১ এপ্ৰিল, ২০১৭)

দৰমহাৰ নিৰিখঃ চৰকাৰী নীতি অনুসৰি

শিক্ষাগত অৰ্হতাঃ এম বি বি এছ ডিগ্ৰীধাৰী

৪] পদৰ নামঃ এডিশ্যনেল কনছালটেণ্ট (মেটাৰনেল হেলথ)

পদৰ সংখ্যাঃ ২ টা

বয়সৰ পৰিসীমাঃ ৫৫ – ৬২ বছৰ

দৰমহাৰ নিৰিখঃ চৰকাৰী নীতি অনুসৰি

শিক্ষাগত অৰ্হতাঃ এম বি বি এছ ডিগ্ৰীধাৰী

৫] পদৰ নামঃ ষ্টেট ফাইনেন্স মেনেজাৰ

পদৰ সংখ্যাঃ ১ টা

বয়সৰ পৰিসীমাঃ ৬২ বছৰ (১ এপ্ৰিল, ২০১৭)

দৰমহাৰ নিৰিখঃ মাহিলি ৪০,০০০/-

শিক্ষাগত অৰ্হতাঃ চি এ/ আই চি ডব্লিউ এ ডিগ্ৰীধাৰী

৬] পদৰ নামঃ ডিষ্ট্ৰিক্ট একাউণ্টছ মেনেজাৰ

পদৰ সংখ্যাঃ ১ টা

বয়সৰ পৰিসীমাঃ ৪৩ বছৰ (১ এপ্ৰিল, ২০১৭)

দৰমহাৰ নিৰিখঃ মাহিলি ২৪,০০০/-

শিক্ষাগত অৰ্হতাঃ এম কম/ চি এ ডিগ্ৰীধাৰী

৭] পদৰ নামঃ বায়ো–মেডিকেল ইঞ্জিনীয়াৰ 

পদৰ সংখ্যাঃ ১ টা

বয়সৰ পৰিসীমাঃ ৬২ বছৰ (১ এপ্ৰিল, ২০১৭)

দৰমহাৰ নিৰিখঃ মাহিলি ৪০,০০০/-

শিক্ষাগত অৰ্হতাঃ বি টেক/ বি ই ডিগ্ৰীধাৰী

৮] পদৰ নামঃ এপিডমায়োল’জিষ্ট, এছআইএইছএফডব্লিউ 

পদৰ সংখ্যাঃ ১ টা

বয়সৰ পৰিসীমাঃ ৬২ বছৰ (১ এপ্ৰিল, ২০১৭)

দৰমহাৰ নিৰিখঃ মাহিলি ৪০,০০০/-

শিক্ষাগত অৰ্হতাঃ এপিডমায়োল’জিষ্ট বিভাগত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীধাৰী

৯] পদৰ নামঃ কনচালটেণ্ট (পেডিয়ট্ৰিক এণ্ড নিঅনেটাল ছাৰ্ভিচ) এছআইএইছএফডব্লিউ

পদৰ সংখ্যাঃ ১ টা

বয়সৰ পৰিসীমাঃ ৬২ বছৰ (১ এপ্ৰিল, ২০১৭)

দৰমহাৰ নিৰিখঃ মাহিলি ৪০,০০০/-

শিক্ষাগত অৰ্হতাঃ এম বি বি এছৰ সৈতে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীধাৰী

১০] পদৰ নামঃ ট্ৰেইনিং কনচালটেণ্ট, এছআইএইছএফডব্লিউ 

পদৰ সংখ্যাঃ ১ টা

বয়সৰ পৰিসীমাঃ ৬২ বছৰ (১ এপ্ৰিল, ২০১৭)

দৰমহাৰ নিৰিখঃ মাহিলি ৪০,০০০/-

শিক্ষাগত অৰ্হতাঃ এ ডি/ ডি এন বি (গাইন’কলজি এণ্ড অবছটেট্ৰিকচ)

১১] পদৰ নামঃ ছিনিয়ৰ কনচালটেণ্ট, ট্ৰেইনিং, এছআইএইছএফডব্লিউ 

পদৰ সংখ্যাঃ ১ টা

বয়সৰ পৰিসীমাঃ ৬২ বছৰ (১ এপ্ৰিল, ২০১৭)

দৰমহাৰ নিৰিখঃ মাহিলি ৪০,০০০/-

শিক্ষাগত অৰ্হতাঃ এম বি বি এছ ডিগ্ৰীধাৰী

১২] পদৰ নামঃ প্ৰগ্ৰাম এক্সিউটিভ  

পদৰ সংখ্যাঃ ১ টা

বয়সৰ পৰিসীমাঃ ৪৩ বছৰ (১ এপ্ৰিল, ২০১৭)

দৰমহাৰ নিৰিখঃ মাহিলি ৩১,০০০/-

শিক্ষাগত অৰ্হতাঃ হেলথ মেনেজমেণ্টৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী/ ডিপ্লমাধাৰী

১৩] পদৰ নামঃ ডিষ্ট্ৰিক্ট ডাটা মেনেজাৰ  

পদৰ সংখ্যাঃ ৪ টা

বয়সৰ পৰিসীমাঃ ৪৩ বছৰ (১ এপ্ৰিল, ২০১৭)

দৰমহাৰ নিৰিখঃ মাহিলি ২৪,০০০/-

শিক্ষাগত অৰ্হতাঃ এম চি এ ডিগ্ৰীধাৰী

১৪] পদৰ নামঃ আৰ্লি ইনটাৰভেনচনিষ্ট কাম স্পেচিয়েল এডুকেটৰ 

পদৰ সংখ্যাঃ ২৭ টা

বয়সৰ পৰিসীমাঃ ৪৩ বছৰ (১ এপ্ৰিল, ২০১৭)

দৰমহাৰ নিৰিখঃ মাহিলি ১৮,০০০/-

শিক্ষাগত অৰ্হতাঃ এম এছ চি ডিগ্ৰীধাৰী

১৫] পদৰ নামঃ আই ই চি কনচালটেণ্ট এনভিবিডিচিপি    

পদৰ সংখ্যাঃ ১ টা

বয়সৰ পৰিসীমাঃ ৪৩ বছৰ (১ এপ্ৰিল, ২০১৭)

দৰমহাৰ নিৰিখঃ মাহিলি ৩০,০০০/-

শিক্ষাগত অৰ্হতাঃ এনথ্ৰ’পলজি/ ছ’চিঅলজি/ ছ’চিয়েল ৱৰ্ক/ মাচ কমিনিউকেচনত  পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীধাৰী

১৬] পদৰ নামঃ ডায়েটিচিয়ান    

পদৰ সংখ্যাঃ ৬ টা

বয়সৰ পৰিসীমাঃ ৪৩ বছৰ (১ এপ্ৰিল, ২০১৭)

দৰমহাৰ নিৰিখঃ মাহিলি ১৮,৫০০/-

শিক্ষাগত অৰ্হতাঃ বি এ/ বি এছ চি

১৭] পদৰ নামঃ ব্লক প্ৰগ্ৰাম মেনেজাৰ 

পদৰ সংখ্যাঃ ১২ টা

বয়সৰ পৰিসীমাঃ ৪৩ বছৰ (১ এপ্ৰিল, ২০১৭)

দৰমহাৰ নিৰিখঃ মাহিলি ২০,০০০/-

শিক্ষাগত অৰ্হতাঃ এম বি এ/ পি জি ডি এম ডিগ্ৰীধাৰী

 

সবিশেষ চোৱাৰ বাবে >> https://nhm.assam.gov.in

 

অনলাইন আবেদনৰ বাবে >> http://www.nrhmassam.info/ora/

 

বিজ্ঞাপন চোৱাৰ বাবে >> << ইয়াত ক্লিক কৰক >>

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward