Saturday, April 20, 2024
Homeবিজ্ঞাপনএন এফ ৰেলৱে’ত পদ খালী  

এন এফ ৰেলৱে’ত পদ খালী  

এন এফ ৰেলৱে’ত কিছু সংখ্যক খালী পদত নিযুক্তিৰ বাবে ভাৰতীয় নাগৰিক প্ৰাৰ্থীক সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনাইছে। ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে সাক্ষাৎকাৰত উপস্থিত থাকিব পাৰে। সাক্ষাৎকাৰৰ দিনঃ ৫ জানুৱাৰী, ২০১৮।

খালী হোৱা পদৰ সবিশেষঃ

১] পদৰ নামঃ ট্ৰেইন গ্ৰেজুৱেট টিচাৰছ 

পদৰ সংখ্যাঃ ৪টা

বয়সৰ পৰিসীমাঃ ১৮ – ৬৫ বছৰ

দৰমহাৰ নিৰিখঃ মাহিলি ২৬,৫০০/-

শিক্ষাগত অৰ্হতাঃ স্নাতক ডিগ্ৰীৰ সৈতে বি এড

২] পদৰ নামঃ প্ৰাইমাৰী টিচাৰছ 

পদৰ সংখ্যাঃ ৪টা

বয়সৰ পৰিসীমাঃ ১৮–৬৫ বছৰ

দৰমহাৰ নিৰিখঃ মাহিলি ২১,২৫০/-

শিক্ষাগত অৰ্হতাঃ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীৰ সৈতে বি এড

৩] পদৰ নামঃ পোষ্ট গ্ৰেজুৱেট টিচাৰছ 

পদৰ সংখ্যাঃ ১টা

বয়সৰ পৰিসীমাঃ ১৮–৬৫ বছৰ

দৰমহাৰ নিৰিখঃ মাহিলি ২৭,৫০০/-

শিক্ষাগত অৰ্হতাঃ ৫০% নম্বৰসহ গ্ৰেজুৱেশ্যন/ ছিনিয়ৰ চেকেণ্ডাৰী (নতুবা সমপৰ্যায়ৰ) লগতে বি এড ডিগ্ৰী, এলিমেণ্টাৰী এডুকেচন/ জেবিটি/ পি টি টি ডিপ্লমা

 

সবিশেষ জানিবৰ বাবে চাওঁক >> wwww.indianrailways.gov.in

 

বিজ্ঞাপন চোৱাৰ বাবে >> << ইয়াত ক্লিক কৰক >>

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward