Thursday, April 25, 2024
Homeবিজ্ঞাপনঅসম লোকসেৱা আয়োগ (এ পি এছ চি)ত পদ খালী

অসম লোকসেৱা আয়োগ (এ পি এছ চি)ত পদ খালী

অসম লোকসেৱা আয়োগ(এ পি এছ চি)ত খালী হোৱা পদৰ বাবে ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ আহ্বান কৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখঃ ২৯ জানুৱাৰী’ ২০১৮।

খালী হোৱা পদৰ সবিশেষঃ

পদৰ নামঃ এছিছটেণ্ট জিঅ’লজিষ্ট   

পদৰ সংখ্যাঃ ১১ টা

বয়সৰ পৰিসীমাঃ ২১–৪৩ বছৰ (০১–০১–২০১৭ অনুসৰি)

দৰমহাৰ নিৰিখঃ ৩০০০০–১১০০০০/- + গ্ৰেড পে’ ১২৭০০/-

শিক্ষাগত অৰ্হতাঃ যিকোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা জিঅ’লজী বিভাগৰ ২য় শ্ৰেণীৰ এম এছ চি নতুবা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ’ব লাগিব।

 

সবিশেষ জানিবৰ বাবে >> www.apsc.nic.in

বিজ্ঞাপন চোৱাৰ বাবে >> << ইয়াত ক্লিক কৰক >>

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward