Thursday, April 18, 2024
Homeবাতৰিঅসম লোকসেৱা আয়োগত পদ খালী  

অসম লোকসেৱা আয়োগত পদ খালী  

অসম লোকসেৱা আয়োগ (এ পি এচ চি)ত খালী হোৱা পদ পূৰণৰ বাবে ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে আবেদন জনাব পাৰে।

খালী হোৱা পদৰ সবিশেষ

পদৰ নামঃ জুনিয়ৰ ইনফৰ্মেচন এণ্ড পাব্লিক ৰিলেচন অফিচাৰ আণ্ডাৰ ইনফৰ্মেচন এণ্ড পাব্লিক ৰিলেচন ডিপাৰ্টমেণ্ট, অসম

পদৰ সংখ্যাঃ ৫টা

দৰমহাৰ নিৰিখঃ মাহিলি ৩০,০০০–১, ১০, ০০ টকা (গ্ৰেড পে’ ১২,৭০০ টকা)

বয়সৰ পৰিসীমাঃ ২১–৪৩ বছৰ (চৰকাৰী বিধি অনুযায়ী এছ চি/ এছ টি প্ৰাৰ্থীসকলৰ বয়সৰ সীমা ৰেহাইৰ ব্যৱস্থা)

শিক্ষাগত অৰ্হতাঃ যিকোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা কলা/ বাণিজ্য/ বিজ্ঞান শাখাত স্নাতক ডিগ্ৰীধাৰী।

সবিশেষ জানিবৰ বাবে চাওক >> << www.apsc.nic.in >>

বিজ্ঞাপন চাবৰ বাবে >> << ক্লিক কৰক >>

আবেদন পত্ৰ পঠিওৱা ঠিকনা

To,

The Deputy Secretary,

Assam Public Service Commission,

Jawaharnagar, Khanapara, Guwahati– 22

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward