Friday, April 19, 2024
Homeবিজ্ঞাপনএমট্ৰ’নত পদ খালী

এমট্ৰ’নত পদ খালী

প্ৰকাশিত তাৰিখঃ ৭ ডিচেম্বৰ’ ২০১৭

এমট্ৰ’ন (অসম চৰকাৰৰ অধীনস্থ সংস্থা)ত খালী হোৱা পদত ঠিকা ভিত্তিত নিযুক্তিৰ বাবে আবেদন পত্ৰ আহ্বান কৰিছে। ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে উক্ত পদৰ বাবে অহা ১৬ ডিচেম্বৰ বা তাৰ আগতে আবেদন কৰিব পাৰে। 

খালী হোৱা পদৰ সবিশেষ

পদৰ নামঃ ছিষ্টেম অফিচাৰ

পদৰ সংখ্যাঃ ১২ টা

দৰমহাৰ নিৰিখঃ ১৫,৯৮৫/-

শিক্ষাগত অৰ্হতাঃ বি ই/ বি টেক/ এম এছ চি/ এম চি এ

পদৰ নামঃ ছিষ্টেম এছিছটেণ্ট

পদৰ সংখ্যাঃ ২৮ টা

দৰমহাৰ নিৰিখঃ ১০,৭৫০/-

শিক্ষাগত অৰ্হতাঃ বি চি এ নতুবা বি এছ চি

সবিশেষ জানিবৰ বাবে চাওঁক >> << www.amtron.in >>   

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward