Friday, March 29, 2024
Homeবিজ্ঞাপনকোকৰাঝাৰ ন্যায়িক সেৱা প্ৰাধিকৰণত পদ খালী

কোকৰাঝাৰ ন্যায়িক সেৱা প্ৰাধিকৰণত পদ খালী

প্ৰকাশিত তাৰিখঃ ৭ ডিচেম্বৰ’ ২০১৭

কোকৰাঝাৰ জিলাৰ ন্যায়িক সেৱা প্ৰাধিকৰণৰ অধীনস্থ জিলা আৰু সত্ৰ ন্যায়াধীশ কাৰ্যালয়ত পদ খালী হোৱা পদত নিযুক্তিৰ বাবে ভাৰতীয় নাগৰিকৰ পৰা আবেদন পত্ৰ বিচাৰিছে। যোগ্যতাসম্পন্ন আৰু ইচ্ছুক প্ৰাৰ্থীসকলে উক্ত পদৰ বাবে অহা ১৩ ডিচেম্বৰ বা তাৰ আগতে আবেদন পত্ৰ পঠিয়াব পাৰে।

পদৰ সবিশেষঃ

এল ডি এ কাম টাইপিষ্ট – ১ টা

ডাটা এণ্ট্ৰী অপাৰেটৰ – ১ টা (ঠিকা ভিত্তিক)

আবেদন পত্ৰ প্ৰেৰণৰ ঠিকনা

District and Session Judge–cum–Chairman, District Legal Services Authority, Kokrajhar.

আবেদনৰ সবিশেষ জানিবৰ বাবে চাওঁক >>

<< www.kokrajharjudiciary.gov.in >>  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward