Sunday, November 27, 2022
HomePHOTOGRAPHYগ্ৰন্থ উন্মোচন

গ্ৰন্থ উন্মোচন

প্ৰকাশিত তাৰিখঃ ১৮ অক্টোবৰ, ২০২১

ভাৰতীয় সেনা বাহিনীৰ মেজৰ জেনেৰেল বৰ্তমান ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী (এন চি চি)ৰ শ্বিলংস্থিত উত্তৰ–পূব মাণ্ডলিক কাৰ্যালয়ত কৰ্মৰত ভাস্কৰ কলিতাৰ পিতৃ হৰিকান্ত কলিতাৰ পবিত্ৰ সোঁৱৰণত ‘জীৱন আৰু কৰ্ম’ শীৰ্ষক গ্ৰন্থ উন্মোচন। গ্ৰন্থ উন্মোচন কৰে বিষয়াগৰাকীৰ মাতৃয়ে। যোৱা ১৫ অক্টোবৰ, ২০২১, দক্ষিণ কামৰূপৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰামপুৰ প্ৰাথমিক শাখাত।    

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward