Tuesday, October 8, 2024
HomePHOTOGRAPHYঠাণ্ডা নিজৰাক খাছিসকলে আজিও বিশ্বাস কৰে

ঠাণ্ডা নিজৰাক খাছিসকলে আজিও বিশ্বাস কৰে

প্ৰকাশিত তাৰিখঃ ২২ নৱেম্বৰ, ২০২১

চি এন ডেস্ক –

মেঘালয়ৰ এটি পাহাৰীয়া নিজৰা। নিজৰাটোৰ গতি কাহানিও স্তব্ধ নহয়। কি বাৰিষা, কি খৰালি একে গতিৰে পানী বৈ থাকে। নিজৰাটোৰ পানী অত্যন্ত ঠাণ্ডা। যাৰ বাবে নিজৰাটো ‘ঠাণ্ডা নিজৰা’ নামে জনাজাত। খাছি ভাষাত নিজৰাক ক্ৰেম বুলি কয়। কিন্তু এই নিজৰাটোক তেওঁলোকে ক্ৰেম বুলি নকয়, ‘ঠাণ্ডা নিঝৰা’ বুলিয়ে কয়। স্থানীয় খাছি জনজাতিৰ কোনো লোকৰ জ্বৰ–বেমাৰত এই ঠাণ্ডা নিজৰাৰ পানী খোৱাৰ লগতে গাত ঘঁহিলে তেনেবোৰ বেমাৰ–আজাৰ ভাল হয় বুলি বিশ্বাস কৰে। তেওঁলোকৰ পুৰুষ–পুৰুষ ধৰি কৰি অহা বিশ্বাস আজিও অটুট আছে। অঞ্চলটোত কোনো লোকৰ জ্বৰ–বেমাৰত হাজাৰ আধুনিক চিকিৎসা চলিলেও ঠাণ্ডা নিজৰাৰ পানী ব্যৱহাৰ নকৰাকৈ নাথাকে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News   

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward