Tuesday, April 29, 2025
HomeUncategorizedবড়ো জাতীয় অনুষ্ঠানৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন

বড়ো জাতীয় অনুষ্ঠানৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন

প্ৰকাশিত তাৰিখঃ ১৪ এপ্ৰিল, ২০২৫

পলাশবাৰী আঞ্চলিক বড়ো জাতীয় পৰিষদ আৰু পলাশবাৰী প্ৰাথমিক বড়ো সাহিত্য সভাৰ সৌজন্যত দক্ষিণ কামৰূপ জিলা বড়ো জাতীয় পৰিষদ, কামৰূপ জিলা বড়ো সাহিত্য সভা আৰু দক্ষিণ কামৰূপ জিলা বাথৌ মহাসভাৰ ২য় বাৰ্ষিক অধিবেশন। এই অধিৱেশন ১২ এপ্ৰিলৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গোসাঁইহাটৰ মালিয়াটা মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়।

ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward