Saturday, February 8, 2025
HomeNEWSঅষ্টম বাৰ্ষিক দৰাবিল মহোৎসৱ

অষ্টম বাৰ্ষিক দৰাবিল মহোৎসৱ

প্ৰকাশিত তাৰিখঃ ২৭ জানুৱাৰী, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ অন্যতম আৰ্দ্ৰভূমি দৰাবিল। পলাশবাৰী ৰাজহ চক্ৰৰ ৰামপুৰ গাঁৱত অৱস্থিত এইখন দৰাবিল প্ৰায় সাতশ শতিকা পুৰণি। ঐতিহাসিক দৰাবিলৰ বাকৰিত ২৩ জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে অষ্টম বাৰ্ষিক দৰাবিল মহোৎসৱ। মুলতঃ প্ৰকৃতি সুৰক্ষা, দৰাবিল সুৰক্ষা আৰু নদী শিহু সুৰক্ষাৰ স্বাৰ্থত দৰাবিল মহোৎসৱখনিৰ আয়োজন কৰা হয়।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward