Thursday, April 18, 2024
Homeবিজ্ঞাপনধুবুৰী টাউন এণ্ড কাউণ্ট্ৰী প্লেনিঙত পদখালী

ধুবুৰী টাউন এণ্ড কাউণ্ট্ৰী প্লেনিঙত পদখালী

প্ৰকাশিত তাৰিখঃ ১৪ ডিচেম্বৰ’ ২০১৭

ধুবুৰী টাউন এণ্ড কাউণ্ট্ৰী প্লেনিঙত খালী হোৱা পদত নিযুক্তিৰ বাবে ভাৰতীয় নাগৰিকৰ পৰা আবেদন পত্ৰ আহ্বান কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে উক্ত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখ ২১ ডিচেম্বৰ’ ২০১৭।

পদৰ সবিশেষ

পদৰ নামঃ জুনিয়ৰ এছিছটেণ্ট

পদৰ সংখ্যাঃ ১টা (পদটো অবিচিৰ বাবে সংৰক্ষিত)

বয়সৰ পৰিসীমাঃ ১৮ – ৪৩ বছৰ  

দৰমহাৰ নিৰিখঃ মাহিলি ১৪০০০ – ৪৯০০০ টকা + গ্ৰে’ড পে’ ৫৬০০ টকা

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী। যিকোনো চৰকাৰী স্বীকৃতপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা কমপক্ষেও ছয় মাহৰ কম্পিউটাৰ ডিপ্ল’মা থকা হ’ব লাগিব।

পদৰ নামঃ মহৰি

পদৰ সংখ্যাঃ ১টা

বয়সৰ পৰিসীমাঃ ১৮ – ৪৩ 

দৰমহাৰ নিৰিখঃ মাহিলি ১৪০০০ – ৪৯০০০ টকা + গ্ৰে’ড পে’ ৫৬০০ টকা

শিক্ষাগত অৰ্হতাঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ 

বিজ্ঞাপন চাবৰ বাবে >> << ইয়াত ক্লিক কৰক >>

আবেদনৰ পত্ৰ পঠিওৱাৰ ঠিকনা

Office of the Deputy Director, Town & Country Planning,

District Office, Dhubri,

S. Road, Near Income Tax Office, Dhubri

PIN-783301

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward