Friday, April 19, 2024
Homeবিজ্ঞাপনভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণত পদ খালী

ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণত পদ খালী

প্ৰকাশিত তাৰিখঃ ১২ ডিচেম্বৰ’ ২০১৭

ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণত খালী হোৱা পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ আহ্বান কৰিছে। উপযুক্ত প্ৰাৰ্থীসকলে উক্ত পদ সমূহত অনলাইনযোগে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখ অহা ৩০ ডিচেম্বৰ’ ২০১৭।

পদৰ সবিশেষঃ

পদৰ নামঃ কনিষ্ঠ সহায়ক

পদৰ সংখ্যাঃ ১৭০ টা

অসংৰক্ষিত পদৰ সংখ্যাঃ ৯৬ টা

অনুসূচীত জাতিৰ বাবে সংৰক্ষিতঃ ১৪টা

অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিতঃ ২৩ টা

অন্যান্য পিচপৰা শ্ৰেণীৰ বাবে সংৰক্ষিতঃ ৩৭ টা

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী মেট্ৰিক উত্তীৰ্ণৰ লগতে ফায়াৰ/ মেকানিকেল/ অটোম’বাইলত তিনি বছৰীয়া ডিপ্ল’মাধাৰী নতুবা ৫০% নম্বৰসহ হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হ’ব লাগিব।

বয়সৰ উচ্চসীমাঃ ২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰাৰ্থীৰ বয়স ১৮–৩০ বছৰ। অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ বাবে ৫ বছৰ আৰু অন্যান্য পিচপৰা প্ৰাৰ্থীৰ বাবে ৩ বছৰ ৰেহাই থাকিব।

দৰমহাৰ নিৰিখঃ মাহিলি ১২,৫০০–২৮,৫০০/-

অনলাইন আবেদনৰ বাবে চাওঁক >> << www.aai.aero >>

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward