Friday, April 19, 2024
Homeবিজ্ঞাপনবৰপেটা টাউন এণ্ড কাউণ্ট্ৰী প্লেনিঙত পদখালী

বৰপেটা টাউন এণ্ড কাউণ্ট্ৰী প্লেনিঙত পদখালী

প্ৰকাশিত তাৰিখঃ ১৩ ডিচেম্বৰ’ ২০১৭

বৰপেটাৰ টাউন এণ্ড কাউণ্ট্ৰী প্লেনিঙত খালী হোৱা পদত নিযুক্তিৰ বাবে আবেদন পত্ৰ আহ্বান কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে উক্ত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখ ২৮ ডিচেম্বৰ’ ২০১৭।

পদৰ সবিশেষ

পদৰ নামঃ জুনিয়ৰ এছিছটেণ্ট

পদৰ সংখ্যাঃ ২টা

বয়সৰ পৰিসীমাঃ ১৮ – ৪৩ বছৰ (০১ – ০১ – ২০১৭ অনুসৰি) বিধি অনুসৰি অনুসূচীত জনজাতিৰ বাবে ৫ বছৰৰ ৰেহাই।

দৰমহাৰ নিৰিখঃ মাহিলি ১৪০০০ – ৪৯০০০ টকা + গ্ৰে’ড পে’ ৫৬০০ টকা

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী। যিকোনো চৰকাৰী স্বীকৃতপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা কমপক্ষেও ছয় মাহৰ কম্পিউটাৰ ডিপ্ল’মা থকা হ’ব লাগিব।

বিজ্ঞাপন চাবৰ বাবে >> << ইয়াত ক্লিক কৰক >>

আবেদনৰ পত্ৰ পঠিওৱাৰ ঠিকনা

To The Deputy Director

Town & Country Planning

District Office Barpeta.

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward