Saturday, January 28, 2023
HomeNEWSআঘোণৰ সোণোৱালী পথাৰৰ লখিমী

আঘোণৰ সোণোৱালী পথাৰৰ লখিমী

প্ৰকাশিত তাৰিখঃ ৫ ডিচেম্বৰ, ২০২২

সোণোৱালী ধানেৰে উপচি পৰা আঘোণৰ পথাৰ। আঘোণেই খেতিয়কৰ সপোন বাস্তৱলৈ ৰূপান্তৰ কৰা এটি মাহ। বহু প্ৰতীক্ষাৰ অন্তত খেতিয়কে পথাৰৰ লখিমীক ঘৰলৈ নিয়াৰ প্ৰস্তুতি।

ফটোঃ প্ৰভাত ৰাভা, চানডুবি নিউজ

Pix: Prabhat Rabha, Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward