Tuesday, April 23, 2024
HomeNEWSদক্ষিণ কামৰূপৰ মিৰ্জাত ৱেব প’ৰ্টেল সন্থা গঠন

দক্ষিণ কামৰূপৰ মিৰ্জাত ৱেব প’ৰ্টেল সন্থা গঠন

প্ৰকাশিত তাৰিখঃ ৫ডিচেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

আজি অৰ্থাৎ ৪ ডিচেম্বৰ, ৰবিবাৰে গঠন হ’ল ‘দক্ষিণ কামৰূপ ৱেব প’ৰ্টেল সন্থা’। দক্ষিণ কামৰূপৰ পৰা ভূমুকি মৰা নিউজ প’ৰ্টেলৰ স্বত্বাধিকাৰী লগতে ৰাজ্যখনৰ বিভিন্ন প’ৰ্টেলত কৰ্মৰত সংবাদ দাতা সকলক লৈ এই সন্থা গঠন কৰা হয়। এই সন্দৰ্ভত মিৰ্জাৰ ‘মাঁ নিজেশ্বৰী মন্দিৰ’ চৌহদত এক বৈঠক অনুস্থিত হয়। আজি অনুস্থিত বৈঠকতে এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়।

উল্লেখনীয় যে, আজি গঠন হোৱা মূল সমিতিখনৰ– মুখ্য উপদেষ্টা পদত সাংবাদিক, কথাছবি পৰিচালক বিশ্বজিৎ কলিতা, সভাপতি নীৰেন্দ্ৰ প্ৰসাদ ৰাভা, উপ–সভাপতি মুন্নাফ আলি, কাৰ্যকৰী সভাপতি ফাৰুক আহমেদ ভূঞা আৰু নলিনী কলিতা, সম্পাদক ক্ৰমে– উৎপল দাস (পলাশবাৰী), বিক্ৰম দাস (ছয়গাঁও), মনোজ কুমাৰ দাস (বকো), সহঃ সম্পাদক জগন্নাথ পাঠক (বকো) আৰু মনোজ মন, আব্দুল মতিন (ছয়গাঁও), মুখ্য সাংগঠনিক সম্পাদক খনীন্দ্ৰ কলিতা (পলাশবাৰী), সহঃসাংগঠনিক সম্পাদক ধনমণি মেধী (বকো), গৌতম দাস (পলাশবাৰী),মিৰাজুল হ’ক (গৰৈমাৰী), বিত্ত সম্পাদক ধৰ্মেন্দ্ৰ কলিতা (পলাশবাৰী) আৰু আবিদুৰ ৰহমান, প্ৰচাৰ সম্পাদক ধৃতিস্মান মালী আৰু শশাংক বড়োক নিৰ্বাচিত কৰা হয়।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward