Saturday, April 20, 2024
Homeবাতৰিপবিতৰা অভয়াৰণ্যত জলবন্দী বনৰক্ষী

পবিতৰা অভয়াৰণ্যত জলবন্দী বনৰক্ষী

প্ৰকাশিত তাৰিখঃ ১৫ আগষ্ট, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

ভয়াবহ বানপানী কৱলিত অসমৰ পবিতৰা অভয়াৰণ্যত ১২০জন বনৰক্ষীৰ জলবন্দী বুলি সংবাদ মাধ্যমত প্ৰকাশ। দিনে–নিশাই পবিতৰাৰ বন শিৱিৰতে কটাই থকা বনৰক্ষীসকলৰ মাজত সম্প্ৰতি খাদ্য সংকটে দেখা দিছে। খাদ্য সামগ্ৰীৰ নাটনিৰ ফলত বনৰক্ষীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সেয়ে খাদ্য নাটনি দূৰ কৰিবলৈ অভয়াৰণ্য কৰ্তৃপক্ষই নাওঁ ব্যৱহাৰ কৰি অত্যাৱশ্যকীয় খাদ্যসামগ্ৰীসমূহ শিৱিৰত যোগানৰ সু-ব্যৱস্থা কৰিছে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward