Saturday, April 20, 2024
Homeবাতৰিব্ৰহ্মপুত্ৰ খনন সম্পৰ্কত বিশেষ বৈঠক

ব্ৰহ্মপুত্ৰ খনন সম্পৰ্কত বিশেষ বৈঠক

প্ৰকাশিত তাৰিখঃ ১৫ আগষ্ট, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

বিশাল ব্ৰহ্মপুত্ৰ খনন সন্দৰ্ভত গুৱাহাটীত অসম চৰকাৰৰ বিশেষ বৈঠক। উক্ত বৈঠকে ৰাজ্যখনত থকা সকলোবোৰ মথাউৰিৰ বুজ ল’ব, প্ৰয়োজনীয় মথাউৰিবোৰ মেৰামতি আৰু অপ্ৰয়োজনীয় মথাউৰিবোৰ মেৰামতি নকৰাৰ সিদ্বান্ত গ্ৰহণ কৰে। এই কথা অসমৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে। লগতে জনাইছে কেন্দ্ৰীয় বানসাহায্য পুঁজি সম্বন্ধেও। কেন্দ্ৰীয় পৰ্যবেক্ষণ সমিতিয়ে এইক্ষেত্ৰত সকলোবোৰ সিদ্ধান্ত ল’ব। সমিতিয়ে অসমৰ বানৰ পেকেজ সন্দৰ্ভতো অচিৰে সংবাদ মাধ্যমক জ্ঞাত কৰিব। সকলোবোৰ সিদ্ধান্ত বিশেষজ্ঞৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰিহে যুগুত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward