Tuesday, March 25, 2025
HomeNEWSসোণালী জয়ন্তী উপলক্ষে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা

সোণালী জয়ন্তী উপলক্ষে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা

প্ৰকাশিত তাৰিখঃ ২৪ ফেব্ৰুৱাৰী, ২০২৫

দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ চানডুবি বিলৰ পাৰৰ ৰাজাপাৰা কলাগুৰু বিষ্ঞু ৰাভা যুৱ সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ উদযাপন। ২২ ফেব্ৰুৱাৰীৰপৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা সোণালী জয়ন্তী বৰ্ষৰ অন্তিম দিনটোত উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward