Sunday, February 25, 2024
HomeNEWSখানাপাৰাত পশুধন আৰু হাঁহ–কুকুৰা মেলা

খানাপাৰাত পশুধন আৰু হাঁহ–কুকুৰা মেলা

প্ৰকাশিত তাৰিখঃ ৮ জানুৱাৰী, ২০২৪

৬ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছিল পশুধন আৰু হাঁহ–কুকুৰা মেলা। পশুপালন আৰু পশু চিকিৎসা বিভাগে আৰু অসম পশুধন আৰু হাঁহ–কুকুৰা নিগমৰ উদ্যোগত খানাপাৰা পশুধন খেলপথাৰত এই মেলাখন আয়োজন কৰিছিল।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward