প্ৰকাশিত তাৰিখঃ ১৯ আগষ্ট, ২০২৪
চানডুবি নিউজ ৰিপ’ৰ্ট –
দক্ষিণ কামৰূপৰ ৰঙামাটিৰ দূধখুড়া পাহাৰত অৱস্থিত শ্ৰীশ্ৰীদূধকুঁৱৰী পীঠত ১৭ আগষ্টৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মাঁ মনসাৰ মাৰৈ পূজা। মাৰৈ পূজাৰ দ্বিতীয় দিনটোৰ দেওধনী নৃত্যৰ ছবি।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News