Wednesday, October 16, 2024
HomeNEWSকুমেৰীয়া উপ-স্বাস্হ্য কেন্দ্ৰত আয়ুস্মান আৰোগ্য শিবিৰ আৰু এনিমিয়া মুক্ত ভাৰত মুকলি

কুমেৰীয়া উপ-স্বাস্হ্য কেন্দ্ৰত আয়ুস্মান আৰোগ্য শিবিৰ আৰু এনিমিয়া মুক্ত ভাৰত মুকলি

প্ৰকাশিত তাৰিখঃ ২১ ছেপ্টেম্বৰ, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

কামৰূপ জিলাৰ উপৰহালী প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰৰ অন্তৰ্গত কুমেৰীয়া উপ-স্বাস্হ্য কেন্দ্ৰৰ সহযোগত আজি আয়ুস্মান আৰোগ্য শিবিৰ অনুষ্ঠিত কৰা হয়। উক্ত শিবিৰত শতাধিক ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা লগতে এনিমিয়া ভাৰত মুকলি কৰা হয়। উক্ত শিবিৰ আনুষ্ঠানিকভাবে মুকলি কৰে ৬০৮নং কুমেৰীয়া প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক শৰৎ কলিতাই। ভাষণত কলিতাই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি সুন্দৰ ব্যক্তব্য দাঙি ধৰে।

আজিৰ শিবিৰত উপস্হিত থাকে কুমেৰীয়া উপ–স্বাস্থ্য কেন্দ্ৰৰ সামুহিক স্বাস্থ্য বিষয়া ফিৰদোচি ইয়াচমিন, এ এন এম দ্বায়িত্বপ্ৰাপ্ত মল্লিকা দাস, দিলৰুবা বেগম, বহুমুখী স্বাস্থ্যকৰ্মী প্ৰবীণ কুমাৰ দাস, আশাকৰ্মী প্ৰতিভা তালুকদাৰ, ভানু তালুকদাৰ, হীৰা দাস আৰু সুভদ্ৰা কলিতাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward