প্ৰকাশিত তাৰিখঃ ২৬ অক্টবোৰ, ২০২০
গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী সজ্জনপাৰা বুঢ়ী গোসাঁনী থানত এইবাৰ অন্য ধৰণে পালন কৰিলে দুৰ্গা পূজা। আধুনিক জাকমকতাৰ সলনি ৩হেজাৰ মাটিৰ চাকি জ্বলাই মন্দিৰ চৌহদ পোহৰাই তোলে।
ভিডিঅ’ লিংক>> https://www.youtube.com/watch?v=cnLZBniCwVo
ফটোঃ প্ৰভাত ৰাভা
Pix: Prabhat Rabha