প্ৰকাশিত তাৰিখঃ ৮ ফেব্ৰুৱাৰী, ২০২১
গুৱাহাটী মহানগৰ জিলাৰ ছাটাৰগাঁৱত ৭ আৰু ৮ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ইক’ ট্যুৰিজম ফেষ্টিভেল– ২০২১। অসম ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত ফেষ্টিভেলৰ প্ৰথম দিনটোৰ বিভিন্ন ছবি।
ফটোঃ প্ৰভাত ৰাভা
Pix: Prabhat Rabha