বীৰুবালা ৰাভাৰ পিছত ডাইনী বিশ্বাসৰ বিৰুদ্ধে দেশী-বিদেশী ৫০০ চিত্ৰ শিল্পীৰ শৈল্পিক প্ৰতিবাদ। গোৱাল পাৰা জিলাৰ ভালুকডুবি গাঁওত এথনিক আৰ্টিষ্ট ছ’চাইটিয়ে আয়োজন কৰা এক অভিনৱ প্ৰতিবাদৰ বিভিন্ন দৃশ্য।
প্ৰকাশিত তাৰিখঃ ১৫ মাৰ্চ, ২০১৬
আলোকচিত্ৰঃ দীনেশ দাস