Tuesday, April 30, 2024
HomePHOTOGRAPHYঅগ্ৰণী সংবাদ

অগ্ৰণী সংবাদ

প্ৰকাশিত তাৰিখঃ ৩ ছেপ্টেম্বৰ, ২০২১

ৰাণীত বনৰীয়া হাতীৰ মৃত্যু

চি এন ডেস্ক–

* বিদ্যুৎ পৃষ্ঠ হৈ এটি বনৰীয়া হাতীৰ মৃত্যু

* কামৰূপ জিলাৰ ৰাণী বনাঞ্চলিক কাৰ্যালয় এলেকাত এটি বনৰীয়া হাতীৰ মৃত্যু

* ৰাণীৰপৰা ৬ কিলোমিটাৰ নিলগৰ উদয়পুৰ গাঁৱৰ খেতিপথাৰত যোৱা ২ ছেপ্টেম্বৰৰ নিশা প্ৰায় এঘাৰ বজাত এই দূৰ্ঘ্যটনাটো সংঘটিত হয়  

* খেতিপথাৰত দিয়া বিদ্যুতৰ তাঁৰত লাগি হাতীটোৰ মৃত্যু হয়

* ঘটনা সন্দৰ্ভত স্থানীয় দুজন খেতিয়কক বন আৰু পুলিচ বিভাগে আটক কৰে

ফটোঃ চানডুবি নিউজ

Foto: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward