প্ৰকাশিত তাৰিখঃ ৬ ফেব্ৰুৱাৰী, ২০২৩
চানডুবি নিউজ ৰিপ’ৰ্ট –
ক’ল আৰু উন্নত জাতৰ বগৰী খেতিৰে স্বাৱলম্বী হোৱা এজন খেতিয়ক জয়ন্ত মহন্ত। পলাশবাৰী সমষ্টিৰ বৰটাৰীৰ বাসিন্দা জয়ন্তই ২০১০ চনৰ পৰা ক’ল খেতি আৰু ২০১৭ চনৰ পৰা উন্নত জাতৰ বগৰীৰ খেতি আৰম্ভ কৰিছিল।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News