Tuesday, April 30, 2024
HomeNEWSপৰম্পৰাগত ঝূমখেতিৰ প্ৰভাৱত সেউজীয়া পাহাৰবোৰৰ দূৰাৱস্থা

পৰম্পৰাগত ঝূমখেতিৰ প্ৰভাৱত সেউজীয়া পাহাৰবোৰৰ দূৰাৱস্থা

প্ৰকাশিত তাৰিখঃ ২৯ মে’ ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

উত্তৰ–পূৰ্বাঞ্চলৰ পাহাৰীয়া ৰাজ্যকেইখনৰ জনজাতীয় লোকসকলৰ ঝুমখেতিয়েই জীৱন–জীৱিকাৰ মূল সম্পদ। ঝুমখেতি স্থায়ী নহয় বাবে প্ৰতি বছৰে ঠাইৰ পৰিৱৰ্তন কৰা হয়। সেয়ে এই ঝুমখেতিৰ বাবেই অধিক পৰিমাণত বনাঞ্চল ধ্বংস হৈ আহিছে। ইয়াৰ ফলত জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰতো কু–প্ৰভাৱ পৰিছে। অধিক পৰিমাণে বনাঞ্চল ধ্বংস হোৱা ঝুমখেতি বন্ধ কৰি তাৰ পৰিৱৰ্তে এক বিকল্প খেতি ব্যৱস্থাৰ প্ৰয়োজন আহি পৰিছে। এয়াও সময়ৰে দাবী। (পৰম্পৰাগত ঝূমখেতিৰ প্ৰভাৱত সেউজীয়া পাহাৰবোৰৰ দূৰাৱস্থা)

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward