26.6 C
Guwahati
Thursday, August 13, 2020
Home PHOTOGRAPHY আলোকচিত্ৰ

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১৩ জুলাই, ২০২০

পশ্চিম গুৱাহাটী সমষ্টিৰ সৰুপানী–বগডোবা পথৰ দাঁতিত আধাভৰ্তি কেইবাখনো বস্তা। বস্তাৰ ভিতৰত কি সামগ্ৰী আছে সেয়া জানিব পৰা নাযায় যদিও তাৰ পৰা নিৰ্গত হোৱা দূৰ্গন্ধই পথটোৰে অহা–যোৱা মানুহক জীয়াতু ভোগাইছে।

ফটোঃ চানডুবি নিউজ 

Pix: Chandubi News

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

লকডাউনৰ প্ৰভাৱে ৰাণী অঞ্চলক ভ্ৰমণ উপযোগী কৰি তুলিছে      

প্ৰকাশিত তাৰিখঃ ১০ আগষ্ট, ২০২০ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা – লকডাউন প্ৰকৃতিৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিছে। লকডাউনে মানুহক অৰ্থনৈতিকভাৱে যথেষ্ট ক্ষতিগ্ৰস্ত কৰিলেও ইয়াৰ বহুখিনি ইতিবাচক প্ৰভাৱ...

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১০ আগষ্ট, ২০২০ কপিকূলক ফল যোগান ধৰিছে এগৰাকী মহিলাই, গুৱাহাটীৰ বশিষ্ঠ মন্দিৰৰ চৌহদত ফটোঃ বিশাল বড়ো  Pix: Bishal Boro

ডিমা হাচাও জিলাৰ ‘পানীমুৰ জলপ্ৰপাত’

প্ৰকাশিত তাৰিখঃ ১০ আগষ্ট, ২০২০ চি এন ডেক্স – পানীমুৰ এটা বিখ্যাত জলপ্ৰপাত। স্থানীয় পৰ্যটককে নহয় দেশী–বিদেশী পৰ্যটকক আকৰ্ষণ কৰা এটি জলপ্ৰপাত। জলপ্ৰপাতটোত গোটেই বছৰজুৰি দেশী–বিদেশী...

আলোকচিত্ৰ

প্ৰকাশিত তাৰিখঃ ১০ আগষ্ট, ২০২০ নিখিল ৰাভা মহিলা পৰিষদৰ ২৭সংখ্যক প্ৰতিষ্ঠা দিৱস পালন, গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ছাটাৰ গাঁৱত। ফটোঃ প্ৰভাত ৰাভা  Pix: Prabhat Rabha

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward