Friday, March 29, 2024
Homeআলোকচিত্ৰ‘উমচালানি’ মূলত খাচি শব্দ। খাচি শব্দৰে নামাকৰণ এই উমচালানি নদী। মেঘালয়ৰ উমচালানি...

‘উমচালানি’ মূলত খাচি শব্দ। খাচি শব্দৰে নামাকৰণ এই উমচালানি নদী। মেঘালয়ৰ উমচালানি নদীখনে অসমত কপিলী নামেৰে জনাজাত। মেঘালয়ৰ ৰি–ভয় জিলা প্ৰশাসনে জনসাধাৰণৰ সুবিধাৰ্থে নদীখনত সৰু বান্ধ দি পানী যোগানৰ ব্যৱস্থা কৰিছে। এই বান্ধৰ লগতে অঞ্চলটোৰ বাসিন্দাৰ যাতায়তৰ কিছু আলোকচিত্ৰ প্ৰকাশ কৰা হৈছে।

’উমচালানি’ মূলত খাচি শব্দ। খাচি শব্দৰে নামাকৰণ এই উমচালানি নদী। মেঘালয়ৰ উমচালানি নদীখনে অসমত কপিলী নামেৰে জনাজাত। মেঘালয়ৰ ৰি–ভয় জিলা প্ৰশাসনে জনসাধাৰণৰ সুবিধাৰ্থে নদীখনত সৰু বান্ধ দি পানী যোগানৰ ব্যৱস্থা কৰিছে। এই বান্ধৰ লগতে অঞ্চলটোৰ বাসিন্দাৰ যাতায়তৰ কিছু আলোকচিত্ৰ প্ৰকাশ কৰা হৈছে।

প্ৰকাশিত তাৰিখঃ ১৫ অক্টোবৰ, ২০১৬

আলোকচিত্ৰঃ এইচ ডি বড়ো

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward