Sunday, June 23, 2024
HomePHOTOGRAPHY‘এটা নিষিদ্ধ উপত্যকাৰ গল্প’ মঞ্চস্থ

‘এটা নিষিদ্ধ উপত্যকাৰ গল্প’ মঞ্চস্থ

প্ৰকাশিত তাৰিখঃ ৩০ মে’, ২০২২

সীমান্ত কাকতিৰ ৰচনা আৰু ডিম্পল কুমাৰ দাসৰ পৰিচালনাৰে সামাজিক নাট ‘এটা নিষিদ্ধ উপত্যকাৰ গল্প’  মঞ্চস্থ কৰা হয়। যোৱা ২৯ মে’ত সাংস্কৃতিক অনুষ্ঠান ‘ছাঁ’ই নিবেদন কৰা নাটখন দক্ষিণ কামৰূপৰ বৰিহাটস্থিত ত্ৰিধাৰা আঞ্চলিক কলা সংঘৰ প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হয়।   

আলোকচিত্ৰঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward