Friday, April 19, 2024
HomeNEWSঐতিহাসিক বৰদুৱাৰ চাহ বাগিচাৰ কলঘৰ প্ৰাংগনত কৰম উৎসৱ  

ঐতিহাসিক বৰদুৱাৰ চাহ বাগিচাৰ কলঘৰ প্ৰাংগনত কৰম উৎসৱ  

প্ৰকাশিত তাৰিখঃ ২২ ছেপ্টেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

কামৰূপ জিলাৰ বৰদুৱাৰ চাহ বাগিচাত কৰম উৎসৱ পালন। বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক আদিবাসী ছাত্ৰ সন্থা, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক আদিবাসী মহিলা পৰিষদৰ উদ্যোগত আৰু বৰদুৱাৰ–ভোলাগাঁও–ৰাণী আঞ্চলিক কৰম উৎসৱ উদযাপন সমিতিৰ সহযোগত ষষ্ঠ বাৰ্ষিক কৰম উৎসৱ পালন। বাগিচাখনৰ কলঘৰ প্ৰাংগনত অৱস্থিত আদিবাসী ছাত্ৰ সংগঠনটোৰ বাকৰিত অনুষ্ঠিত কৰম উৎসৱে এইবাৰ ষষ্ঠ বৰ্ষত ভৰি দিছে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward