Saturday, December 3, 2022
HomeUncategorizedচালান বিহীন ডাম্পাৰ জব্দ

চালান বিহীন ডাম্পাৰ জব্দ

প্ৰকাশিত তাৰিখঃ ২৫ অক্টোবৰ, ২০২১

পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়াই সহকৰ্মীৰ সৈতে জব্দ কৰিছে এখন বালি ভৰ্তি ডাম্পাৰ। যোৱা ২৩ অক্টোবৰত বিজয় নগৰত জব্দ কৰা ডাম্পাৰখনে চালান বিহীনভাৱে গোৱালপাৰাৰ দুধনৈৰপৰা বালি কঢ়িয়াই আনিছিল। বন আইনমতে গোচৰ ৰুজু কৰি গাড়ীখন জব্দ কৰাৰ লগতে চালকজনক মুকলি কৰি দিয়া হয়।   

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward