Tuesday, May 21, 2024
HomeUncategorizedলোহাৰঘাটত জোনমণি ৰাভাৰ আদ্যশ্ৰাদ্ধ পালন

লোহাৰঘাটত জোনমণি ৰাভাৰ আদ্যশ্ৰাদ্ধ পালন

প্ৰকাশিত তাৰিখঃ ২৬ মে’ ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

আৰক্ষী উপ–পৰিদৰ্শক জোনমণি ৰাভাৰ আদ্যশ্ৰাদ্ধ উপলক্ষে দক্ষিণ কামৰূপৰ লোহাৰঘাটত এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠান। বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, আঞ্চলিক মহিলা পৰিষদ আৰু আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ যুটীয়া উদ্যোগত এই অনুষ্ঠান আয়োজন কৰা হয়। ছাত্ৰ সংগঠনটোৰ মুখ্য কাৰ্যালয় লোহাৰঘাত আয়োজিত অনুষ্ঠানটোত জোনমণিৰ আত্মাৰ সদগতি কামনাৰে সংগঠন তিনিটাই বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী প্ৰদান কৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward