Thursday, April 25, 2024
Homeবাতৰিডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়ালয়ত পদ খালী

ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়ালয়ত পদ খালী

ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়ালয়ত খালী হোৱা নিযুক্তিৰ বাবে ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিছাৰিছে। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদত নিযুক্তিৰ বাবে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম তাৰিখ ২ মাৰ্চ, ২০১৮।  

খালী হোৱা পদৰ সবিশেষ

পদৰ নামঃ পিয়ন

পদৰ সংখ্যাঃ ৬টা (৪টা পদ অসংৰক্ষিত আৰু ২টা পদ অবিচি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত)

মাহিলি দৰমহাঃ মাহিলী ১২,০০০–৩৭,৫০০ টকা, গ্ৰেড পে’: ৩,৯০০ টকা

শিক্ষাগত অৰ্হতাঃ অষ্টম শ্ৰেণী উত্তীৰ্ণ

বয়সৰ পৰিসীমাঃ ১৮–৪৩ বছৰ (০১–০১–২০১৮) চৰকাৰী বিধি অনুসৰি বয়স ৰেহাইৰ ব্যৱস্থা আছে

বিজ্ঞাপন চাবৰ বাবে >> << ক্লিক কৰক >>

অধিক জানিবৰ বাবে ৱেৱচাইট চাওঁক >> << www.dibrugarhjudiciary.gov.in >>

আবেদন পত্ৰ পঠিওৱাৰ ঠিকনা

To

The District & Sessions Judge  

Dibrugarh, Assam  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward