Saturday, April 27, 2024
HomeNEWSদক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

প্ৰকাশিত তাৰিখঃ ১৩ মাৰ্চ, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

ৰাজ্যখনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল আৰু বাতিলকৰণক লৈ আজি দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই মিৰ্জাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত শিক্ষামন্ত্ৰী ডা ৰণোজ পেগু আৰু অসম মাধ্যমিক শিক্ষা ব’ৰ্ড (ছেবা)ৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ পুত্তলিকা দাহ কৰে। লগতে অসম চৰকাৰ হায় হায়, শিক্ষামন্ত্ৰী ৰণোজ পেগু পদত্যাগ কৰক, অকৰ্মণ্য ছেবাৰ কাম নাই আদি বিভিন্ন প্ৰতিবাদী ধ্বনিৰে ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি ধীৰাজ চন্দ্ৰ দাস, দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি জিতুল কুমাৰ, সাধাৰণ সম্পাদক বেদব্ৰত দাস লগতে বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward