Saturday, April 20, 2024
HomeNEWSখাদ্যৰ সন্ধানত এজাক বগলী  

খাদ্যৰ সন্ধানত এজাক বগলী  

প্ৰকাশিত তাৰিখঃ ১৪ নৱেম্বৰ, ২০২২

এং কৰি বেং কৰি ওলাই আহা লাহে কৰি, বগে এটি সেৱা কৰি যায়,– কেঁকোৰালৈ বুলি আগবঢ়োৱা বগলীৰ মন ভুলোৱা মাতষাৰ যেন এইজাক বগলীয়ে পুনৰ সোঁৱৰাই দিয়ে! আবেলি পৰত এইজাক বগলীয়ে খাদ্যৰ সন্ধান কৰি আছিল। বগলীজাকে বিচৰণ কৰি থকা পথাৰখন চানডুবি বিলৰ সিপাৰে কঠালগুৰি গাঁৱৰ কাষত।

ফটোঃ প্ৰভাত ৰাভা, চানডুবি নিউজ

Pix: Prabhat Rabha, Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward