প্ৰকাশিত তাৰিখঃ ৯ আগষ্ট, ২০২১
বন্য হস্তীৰ উপদ্ৰৱৰ ফল এয়া। হাজাৰ হাজাৰ বিঘা ভূমিত কৃষকে খেতিবাতি বাদ দিছে। পূব কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ কাৱাসিং সংৰক্ষিত বনাঞ্চলৰ কাষৰ এই ভূমি।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News