Saturday, April 27, 2024
HomePHOTOGRAPHYবসন্তক আদৰিবলৈ…

বসন্তক আদৰিবলৈ…

প্ৰকাশিত তাৰিখঃ ১০ এপ্ৰিল, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

সমাগত বসন্ত। বসন্তক আদৰিবলৈ প্ৰকৃতিয়ে সাজি–কাজি ওলাইছে। পূৱ কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ জৰাশাল সংৰক্ষিত বনাঞ্চলৰ মাজেৰে যোৱা এটি পথৰ দৃশ্য।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward