Saturday, April 20, 2024
HomePHOTOGRAPHYবাঁহৰ দলং

বাঁহৰ দলং

প্ৰকাশিত তাৰিখঃ ৩১ মে’ ২০২১

অসম–মেঘালয় সীমান্তত অৱস্থিত প্ৰায় ডেৰশ মিটাৰ দৈৰ্ঘৰ এখন বাঁহৰ দলং। চানডুবি বিলৰ পৰা কেই কিলোমিটাৰমান দূৰৰ লাংখাৰ গাঁৱত অৱস্থিত এই দলংখন। যুগ যুগ ধৰি সময় বাগৰিল যদিও দলংখন নিৰ্মাণ কৰিবলৈ ৰাজ্য–প্ৰশাসনৰ সময় নিমিলিল।     

ফটোঃ প্ৰভাত ৰাভা

Pix: Prabhat Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward