প্ৰকাশিত তাৰিখঃ ২৭ নৱেম্বৰ, ২০২১
অগ্ৰণী সংবাদ
চি এন ডেস্ক –
দক্ষিণ কামৰূপ বাছ মালিক সন্থাৰ বিজয় নগৰৰ নিজ ভূমিত নিৰ্মাণ কৰা স্থায়ী কাৰ্যালয় গৃহৰ দ্বাৰ মুকলি। ২৭ নৱেম্বৰত এক মাংগলিক কাৰ্যসূচীৰে সন্থাৰ স্থায়ী কাৰ্যালয় গৃহত প্ৰৱেশ কৰে। শুভ অনুস্থানটোত সমগ্ৰ অঞ্চলটোৰ বাছ মালিকসকল উপস্থিত থাকে।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News