Saturday, February 8, 2025
HomeNEWSদুধনৈ পূৰ্ব্বাঞ্চল ৰাভা সমাজৰ ৬২তম বাৰ্ষিক অধিবেশন

দুধনৈ পূৰ্ব্বাঞ্চল ৰাভা সমাজৰ ৬২তম বাৰ্ষিক অধিবেশন

প্ৰকাশিত তাৰিখঃ ৩ ফেব্ৰুৱাৰী, ২০২৫

গোৱালপাৰা জিলাৰ দুধনৈ পূৰ্ব্বাঞ্চল ৰাভা সমাজ, দুধনৈ পূৰ্ব্বাঞ্চল ৰাভা মহিলা সমাজ আৰু দুধনৈ পূৰ্ব্বাঞ্চল ৰাভা যুৱ সমাজৰ ৬২তম বাৰ্ষিক অধিবেশন জিলাখনৰ ধূপধৰা অনুষ্ঠিত হয়। ২০২৫ বৰ্ষৰ ৩০ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা বাৰ্ষিক অধিবেশনখনিৰ বিভিন্ন দৃশ্য।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward