Friday, March 29, 2024
HomeNEWSমেধিবড়ী নামঘৰত বাৰ্ষিক উৎসৱ পালন

মেধিবড়ী নামঘৰত বাৰ্ষিক উৎসৱ পালন

প্ৰকাশিত তাৰিখঃ ৩ মাৰ্চ, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

পশ্চিম গুৱাহাটী সমষ্টিৰ বৰিহাটৰ নিকটৱৰ্তী মেধিবড়ীৰ ৰাজহুৱা নামঘৰত আজি বাৰ্ষিক উৎসৱ। এই উৎসৱৰ সংগতি ৰাখি প্ৰতিটো বৰ্ষতে ‘গৰখীয়া ভাৰ’ বা ‘সাঙিভাৰ’ লৈ সমগ্ৰ গাঁওখন ঘূৰোৱা এক পৰম্পৰা চলি আহিছে।

উল্লেখযোগ্য যে, পৰম্পৰাগতভাৱে চলি অহা এই গৰখীয়াভাৰ শোভাযাত্ৰাত শিশু, কিশোৰৰ পৰা যুৱকলৈকে অংশ গ্ৰহণ কৰে। বৰ্ণিল এই গৰখীয়াভাৰ শোভাযাত্ৰা আয়তীৰ আয়নাম, বেণ্ডপাৰ্টী, ঢুলীয়াই অংশ গ্ৰহণ কৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News    

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward