Friday, April 26, 2024
HomeNEWSশিলপুতাত সুঁৱৰি উৎসৱ উদযাপন

শিলপুতাত সুঁৱৰি উৎসৱ উদযাপন

প্ৰকাশিত তাৰিখঃ ২৪ এপ্ৰিল, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

পশ্চিম গুৱাহাটী সমষ্টি তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ টাঙ্গনপাৰা ৰাজহ গাঁৱৰ শিলপুতাত সুঁৱৰি উৎসৱ। ২২ এপ্ৰিলত শিলপুতা আঞ্চলিক সুঁৱৰি উদযাপন সমিতিৰ উদ্যোগত প্ৰথমবাৰৰ বাবে এই উৎসৱ আয়োজন কৰা হয়।  

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chancubi News

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward