Friday, April 26, 2024
HomeNEWSস্বাধীন ভাৰতৰ প্ৰথম গৰাকী ভোটাৰ শ্যামচৰণ নেগীৰ ১০৬ বছৰ বয়সত দেহাৱসান

স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ভোটাৰ শ্যামচৰণ নেগীৰ ১০৬ বছৰ বয়সত দেহাৱসান

প্ৰকাশিত তাৰিখঃ ৫ নৱেম্বৰ, ২০২২

চানডুবি নিউজ ডেস্ক –

০ শ্যামচৰণ নেগী আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ভোটাৰ

০ হিমাচল প্ৰদেশৰ বাসিন্দা শ্যামচৰণ নেগীৰ আজি ৫ নৱেম্বৰত ১০৬ বছৰ বয়সত দেহাৱসান ঘটে

০ স্বাধীন ভাৰতত স্বাধীন নাগৰিক হিচাপে মুঠ ৩৪বাৰ ভোটদান কৰাৰ সৌভাগ্য ঘটিছিল শ্যামচৰণ নেগীৰ        

০ উল্লেখ্য যে, ১৯৫১ চনৰ ২৩ অক্টোবৰত স্বাধীন ভাৰতত অনুষ্ঠিত হোৱা প্ৰথমটো নিৰ্বাচনত প্ৰথম ভোটদান কৰিছিল

০ আৰু চলিত বৰ্ষৰ ২ নৱেম্বৰত হিমাচল প্ৰদেশ চৰকাৰৰ ১৪তম নিৰ্বাচনত শেষৰটো ভোটদান কৰিছিল

০ দেশবাৰীৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ভোটাৰৰ অন্তিমটো ভোট

০ হিমাচল প্ৰদেশ চৰকাৰে শ্যামচৰণ নেগীৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সমাপন কৰিব

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward