প্ৰকাশিত তাৰিখঃ ১২ জুলাই, ২০২১
এডাল ঢোৰাসাপ আৰু এটা বেং। বহুদিন ধৰি কুঁৱাটোত একেলগেই বাস কৰিছিল। কিন্তু এদিন হঠাতে সাপডালে বেংটোক গিলিবলৈ চেষ্টা কৰিলে। এয়াই বোধহয় যোগ্য–ভোগ্য বসুন্ধৰা।
ফটোঃ প্ৰভাত ৰাভা
Pix: Prabhat Rabha