Thursday, April 25, 2024
HomePHOTOGRAPHYসোণাপুৰ এক মনোমোহা গাঁও

সোণাপুৰ এক মনোমোহা গাঁও

প্ৰকাশিত তাৰিখঃ ২ ম’ ২০২২

চি এন ডেস্ক

সোণাপুৰ, অসম–মেঘালয় সীমান্তত অৱস্থিত এখন গাঁৱৰ নাম। লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ মায়ং পাহাৰৰ নামনিত অৱস্থিত এই মনোমোহা গাঁওখন স্থাপিত হোৱা প্ৰায় ডেৰশ বছৰৰো অধিক হ’ব। গাঁওখনত ১৯৭৫ চনত এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় স্থাপন হৈছে। পলাশবাৰী সমষ্টিৰ অন্তৰ্গত গাৰো বসতিপ্ৰধান এই গাঁওখনৰ লোকসকলে প্ৰতিটো নিৰ্বাচনতে ভোট দি আহিছে। যদিও গাঁওখনৰহে উন্নয়ন বুলিবলৈ একো নাই। চুবুৰীয়া বাৰেগাঁও আৰু সোণাপুৰৰ মাজত থকা পথাৰখনৰ সৰু নদীটোত এখন দলঙৰ বৰ প্ৰয়োজন আছিল। কিন্তু কোনো এজন জনপ্ৰতিনিধিয়ে সৰুকৈ এখন দলং নিৰ্মাণ কৰি দিব নোৱাৰিলে। ৰাইজে বাঁহেৰে নিৰ্মাণ কৰি লৈছে এখন দলং। অৱশ্যে বছৰৰ পিছত বছৰ ধৰি ৰাইজে সেইখন দলং নিৰ্মাণ কৰিয়েই আহিছে। স্থানীয় জনপ্ৰতিনিধিয়ে গাঁওখনক চকু মেলি চাবনে?

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward