Thursday, April 18, 2024
Homeবাতৰি২৭তম কেন্দ্ৰীয় দেহাল কাচিৰ্দম উৎসৱ

২৭তম কেন্দ্ৰীয় দেহাল কাচিৰ্দম উৎসৱ

প্ৰকাশিত তাৰিখঃ ২৫ ফেব্ৰুৱাৰী, ২০১৯

 

চি এন ব্যুৰ’

‘দেহাল কাচিৰ্দম’ কাৰ্বি জনগোষ্ঠীৰ আৰাধ্য দেৱতা। আৰাধ্য দেৱতাৰ নামত উচৰ্গিত কেন্দ্ৰীয় দেহাল কাচিৰ্দম উৎসৱ যোৱা ১৮ৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ আয়োজন কৰে দীপৰ বিলৰ ওচৰৰ দেউছটালত। উৎসৱে এইবাৰ ২৭টা বৰ্ষ গৰকিলে। কাৰ্বি বাংথে আছেমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত মিকিৰপাৰা চকৰ্দো পামহি গোগ আঞ্চলিক বাংথে আছেমৰ সহযোগত এই উৎসৱ আয়োজন কৰিছে। উক্ত উৎসৱত পৰম্পৰাগত খাদ্য আৰু বিপনী, মেলা, চিত্ৰাংকণ প্ৰতিযোগিতা, প্ৰদৰ্শনী, সাংস্কৃতিক অনুষ্ঠান, ফেশ্বন শ্ব’ আদি অনুষ্ঠানৰ আয়োজন কৰা হয়।

 

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Photo Courtesy: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward