Thursday, April 25, 2024
HomePHOTOGRAPHYৰাণীৰ এন ই চি পথৰ মাজত দ’ গাঁত

ৰাণীৰ এন ই চি পথৰ মাজত দ’ গাঁত

প্ৰকাশিত তাৰিখঃ ২৭ জুন, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

আজাৰা–ৰাণী–মাইৰাং (এনইচি) এটি ব্যস্ততাপূৰ্ণ পথ। এই পথটোৰে দৈনকি গুৱাহাটীৰ পৰা মেঘালয়ৰ মাইৰাং চহৰলৈ বহুসংখ্যক যান–বাহন চলাচল কৰে। বিশেষকৈ আজাৰা–ৰাণী ৰাষ্টাৰ পৰা ৰাণীলৈ এই ছোৱাত যান–বাহনৰ ব্যস্ততা আৰু বেছি। পেপচি–একলেণ্ড আৰু ৰাণী উন্নয়ন খণ্ডৰ ওচৰৰ শিক্ষাখণ্ড কাৰ্যালয়ৰ সমীপত এই পথটোৰ মাজত দ’ গাঁতৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে উক্ত পথছোৱা কেইদিনমান আগতে মেৰামতি কৰি উঠিছিল। গাঁতকেইটাত নিচান আঁৰি দুয়োফালে শিল দি থৈছে যদিও নিশাৰ ভাগত যান–বাহন আৰোহীক বিপদ ঘটাব পৰা সম্ভাৱনা আছে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward