Friday, April 26, 2024
HomePHOTOGRAPHYঅগ্ৰণী সংবাদ ::: নিৰ্বাচন পৰ্ব  

অগ্ৰণী সংবাদ ::: নিৰ্বাচন পৰ্ব  

প্ৰকাশিত তাৰিখঃ ২৫ মাৰ্চ, ২০২১

ভাৰতীয় জনতা পাৰ্টীৰ যুৱনেতা পলাশবাৰী সমষ্টিৰ প্ৰাৰ্থী হেমাংগ ঠাকুৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভা। ২৫ মাৰ্চত, সমষ্টিটোৰ আৰ, বি, উচ্চতৰ মাধ্যমিক বিদ্যালয়, মিৰ্জাৰ খেলপথাৰত অনুষ্ঠিত এক বিশাল প্ৰচাৰ সভাত অংশ গ্ৰহন কৰে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে। প্ৰচাৰ সভাৰ বিভিন্ন দৃশ্য।   

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward